సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : কোনো বস্তু বা ব্যক্তি এখন ঠাইৰ পৰা গৈ অন্য ঠাইত পোৱা অৱস্থা
ఉదాహరణ : মই আপোনাৰ বস্তুবাহানিবোৰ যথাস্থানত থৈ আহিছো
పర్యాయపదాలు : থৈ অহা
అర్థం : বেয়া হʼবলৈ নিদিয়া
ఉదాహరణ : আচাৰক তেলত ডুবাই ৰাখি বহুদিনলৈকে ৰাখিব পাৰি
పర్యాయపదాలు : ৰখা
అర్థం : কাৰোবাৰ লগত কোনো ঠাইলৈ পথত কোনো ধৰণৰ বিপদ নহʼবৰ কাৰণে যোৱা
ఉదాహరణ : মই হেৰোৱা লʼৰাটোক তাৰ ঘৰত থৈ আহিলোঁ
అర్థం : কোনো ঠাইত বা বস্তু আদিত থকা বস্তু আদিক কোনো অন্য ঠাই বা বস্তু আদিত
ఉదాహరణ : এই কলহটোৰ পানীখিনি আন এটা কলহত ঢালি দিয়া
పర్యాయపదాలు : ঢলা, বকা, ৰখা
ఆప్ స్థాపించండి