సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : কোনো বস্তু বা ব্যক্তি এখন ঠাইৰ পৰা গৈ অন্য ঠাইত পোৱা অৱস্থা
ఉదాహరణ : মই আপোনাৰ বস্তুবাহানিবোৰ যথাস্থানত থৈ আহিছো
పర్యాయపదాలు : থোৱা
అర్థం : কাৰোবাৰ লগত কোনো ঠাইলৈ পথত কোনো ধৰণৰ বিপদ নহʼবৰ কাৰণে যোৱা
ఉదాహరణ : মই হেৰোৱা লʼৰাটোক তাৰ ঘৰত থৈ আহিলোঁ
ఆప్ స్థాపించండి