అర్థం : অসাৱধানতাৰ কাৰণে কোনো কামৰ বিশেষ অংশত মনোযোগ আকর্ষিত নোহোৱা কার্য বা ৰৈ যোৱা কার্য
ఉదాహరణ :
যদি আপুনি মগজুটো ঠাণ্ডা কৰি ৰাখিলেহেতেঁন তেনেহʼলে এইটো থাকি নাযায়
పర్యాయపదాలు : থাকি যোৱা
అర్థం : সত্তা, অস্তিত্ব, উপস্থিতি আদি সূচোৱা প্রধান তথা সকলোতকৈ অধিক প্রচলিত ক্রিয়া
ఉదాహరణ :
ৰমা সেই কোঠাটোত আছে
అర్థం : বেয়া হৈ নোযোৱা
ఉదాహరణ :
ৰিফ্রিজাৰেটৰত বস্তুবোৰ ভালেমান দিন ধৰি থাকে
అర్థం : সম্বন্ধ, ব্যৱহাৰ আদি ভালদৰে চলাই যোৱা কার্য
ఉదాహరణ :
মাকে জীয়েকক বুজাই কʼলে যে তুমি কেনেদৰে শহুৰৰ ঘৰত থাকিবা
పర్యాయపదాలు : নির্বাহ কৰা
అర్థం : কোনো বস্তু, ঠাই আদিত ৰখা বা তাৰ অন্তর্গত ্হোৱা
ఉదాహరణ :
টেংকিত পানী আছে এই বটলত পানী আছে
అర్థం : এক নিশ্চিত স্থিতিত থকা বা কʼৰবাত স্থিত হোৱা
ఉదాహరణ :
হিমালয় ভাৰতৰ উত্তৰ দিশত আছে
పర్యాయపదాలు : স্থিত হোৱা, হোৱা
అర్థం : কʼৰবাত আশ্রয় লোৱা
ఉదాహరణ :
আমি দিল্লীলৈ গʼলে শর্মাদেৱৰ তাত থাকোঁ