సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : তৰল বা দ্রৱৰ এক অৱস্থা বা ভাব
ఉదాహరణ : তাপমান শূন্য ডিগ্রী ছেণ্টিগ্রেড বা তাতকৈ কম হোৱাৰ লগে লগে পানীৰ তৰলতা গুণ নোহোৱা হয়
పర్యాయపదాలు : দ্রৱত্ব
అర్థం : টকা-পইচাৰ ৰূপত হোৱা এক অৱস্থা বা সহজে টকা-পইচালৈ পৰিৱৰ্তি কৰিব পৰা এক অৱস্থা
ఉదాహరణ : ভাৰতীয় টকাৰ তৰলতা আছে
ఆప్ స్థాపించండి