సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : যি ভয় কৰি আছে
ఉదాహరణ : গাঁৱৰ ভিতৰত বাঘ সোমোৱাৰ খবৰ পোৱাৰ পিছত সকলো মানুহ আতংকিত হৈ পৰিল
పర్యాయపదాలు : আতংকিত, ভয়াতুৰ, সন্ত্রস্ত
అర్థం : যিজনৰ মন ভয়ভাৱেৰে পূর্ণ ্ অথবা যিলোকৰ কোনো কাম আদি কৰিবলৈ লʼলে মনত ভয় উপজে:ভয়াতুৰ মানুহে জীৱনত বাৰে-বাৰে হাৰ মানিব লগীয়া হয়
ఉదాహరణ :
పర్యాయపదాలు : অলপ-ধতুৱা, অসাহসিক, আতঙ্কগ্রস্ত, আতঙ্কিত, উচপিচীয়া, চকিত, ত্রাসিত, ভীত, ভয়গ্রস্ত, ভয়াতুৰ, ভয়ার্ত্ত, ভয়াল, সন্ত্রস্ত, সন্ত্রাসিত
అర్థం : ভয়তে মনে মনে থকা বা যি ভয় খাইছে
ఉదాహరణ : প্রিয়ংকাই সাপটো দেখাৰ লগে লগে আতংকিত হʼল
పర్యాయపదాలు : আতংকিত
అర్థం : যি ভয় খাইছে
ఉదాహరణ : অন্যায়ৰ দ্বাৰা ভীত নহৈ তাৰ বিৰুদ্ধে যুঁজিব লাগে
పర్యాయపదాలు : অলপ-ধতুৱা, আতংকিত, ত্রাসান্বিত, ভীত, ভীতি-বিহ্বল, ভয়গ্রস্ত, ভয়ত্রস্ত, ভয়াতুৰ, ভয়ার্ত, ভয়াল, শংকিত, শঙ্কিত, সশংকিত, ্ত্রাসিত
ఆప్ స్థాపించండి