సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : কোনো বস্তু বা প্রাণীৰ সৈতে সম্বন্ধ ছিঙি পেলোৱা কার্য
ఉదాహరణ : পত্নী তথা লʼৰা-ছোৱালী এৰাৰ পিছত ্তেওঁ কেতিয়াও সুখী হʼব নোৱাৰিলে
పర్యాయపదాలు : এৰা, পৰিত্যাগ
అర్థం : নিজৰ অধিকাৰ বা স্বত্ব চিৰদিনৰ কাৰণে বা সম্পূর্ণ ৰূপে এৰি দিয়া কার্য
ఉదాహరణ : ৰজাই পদ এৰাৰ কাৰণে প্রজা অতি দুখী হʼল
పర్యాయపదాలు : উৎসর্গ, এৰা, পৰিত্যাগ
ఆప్ స్థాపించండి