సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : শীঘ্র হোৱাৰ অৱস্থা বা ভাব
ఉదాహరణ : কের্কেটুৱাটোৱে বেগাই গছৰ ওপৰত উঠি গʼল তেওঁৰ ্কামত তীব্রতা আছে
పర్యాయపదాలు : কোব, ক্ষিপ্রগতি, ক্ষিপ্রতা, দ্রুতগতি, দ্রুততা, দ্রুতবেগ, বেগা-বেগি, বেগাই, শীঘ্রতা, সত্বৰতা
అర్థం : তীব্র হোৱা অৱস্থা
ఉదాహరణ : বতাহ বহুত বেগেৰে বৈ আছে
పర్యాయపదాలు : বেগ
అర్థం : প্রতি ঘণ্টাত অতিক্রম কৰা দূৰত্ব
ఉదాహరణ : গাড়ীখন ১০ কিলোমিটাৰ গতিৰে গৈছে
పర్యాయపదాలు : গতি, বেগ
ఆప్ స్థాపించండి