అర్థం : এজোপা উদ্ভিদ যাৰ গুটিৰ পৰা তেল ওলায়
ఉదాహరణ :
তিলৰ বীজ পূজা, জজ্ঞ আদিৰ কামত আহে
అర్థం : চালত নিজে নিজে হোৱা কʼলা বা ৰঙা ৰঙৰ এবিধ সৰু চিহ্ন বা দাগ
ఉదాహరణ :
তেওঁৰ ্ গালত কʼলা তিল আছে
అర్థం : নাৰীয়ে কʼলা ফোটৰ আকাৰত গাল, ঠুতৰি আদিত বিন্ধাই বনাই লোৱা চিহ্ন
ఉదాహరణ :
সীতাই নিজৰ গালত টেটু অঁ্কা তিৰোতাৰ দ্বাৰা তিল বনোৱাই আছে
పర్యాయపదాలు : বিউটি স্পট
అర్థం : এজোপা উদ্ভিদৰ বীজ যাৰ পৰা তেল উলিওৱা হয়
ఉదాహరణ :
তেওঁ প্রতিদিন গা ধোৱাৰ পিছত তিলৰ তেল লগায়