అర్థం : তিব্বতৰ ভাষা
ఉదాహరణ :
অসমীয়া ভাষাৰ ওপৰত তিব্বতী ভাষাৰ প্রভাৱ পৰিছে
పర్యాయపదాలు : তিব্বতী ভাষা
అర్థం : তিব্বতৰ অধিবাসী
ఉదాహరణ :
তিব্বতীসকল বহুত উদ্যমী
అర్థం : তিব্বতত থকা বা বসতি কৰা
ఉదాహరణ :
তিব্বতী লামাসকলক আদৰণী জনাবলৈ সকলো থিয় হʼল
అర్థం : তিব্বতী ভাষা বা তিব্বতী ভাষাৰ সৈতে সম্বন্ধ থকা
ఉదాహరణ :
তেওঁ তিব্বতী কাহিনীবোৰ বৰ ভাল পায়
అర్థం : তিব্বতৰ বা তিব্বত সম্বন্ধীয়
ఉదాహరణ :
তিব্বতী মূলৰ সাত হাজাৰ শৰণার্থী ইয়ালৈ আহিল