అర్థం : যি লিপিত তামিল ভাষা লিখা হয়
ఉదాహరణ :
তামিল হৈয়ো তেওঁ ্তামিল পঢ়িব নোৱাৰে
పర్యాయపదాలు : তামিল লিপি
అర్థం : বহু প্রাচীনকালৰ পৰা দক্ষিণ ভাৰত আৰু শ্রীলংকাত তামিলসকলে কৈ অহা এক দ্রাবিড় ভাষা
ఉదాహరణ :
তেওঁলোক দুজনে তামিলত কথা পাতি আছে
పర్యాయపదాలు : তামিল ভাষা
అర్థం : তামিলনাডুৰ নিবাসী
ఉదాహరణ :
ভালেমান তামিল মোৰ ভাল বন্ধু
అర్థం : তামিল ভাষাৰ সৈতে সম্বন্ধ থকা বা তামিল ভাষাৰ
ఉదాహరణ :
তামিল সাহিত্য বহুত উন্নত
అర్థం : তামিলনাডুৰ সৈতে সম্বন্ধ থকা
ఉదాహరణ :
বুৰঞ্জীবিদসকলে তামিল সভ্যতা আৰু সংস্কৃতিক ভাৰতবর্ষৰ ্আটাইতকৈ পুৰণি সংস্কৃতি হিচাপে গণ্য কৰে
అర్థం : তামিলনাডুত থকা বা বসতি কৰা
ఉదాహరణ :
তামিল লোকসকলে পুঙ্গল বৰ উলহ-মালহেৰে পালন কৰে