పేజీ చిరునామాను కాపీ చేయండి ట్విట్టర్‌లో భాగస్వామ్యం చేయండి వాట్సాప్‌లో భాగస్వామ్యం చేయండి ఫేస్బుక్లో భాగస్వామ్యం చేయండి
గూగుల్ ప్లే లో పొందండి
ఉదాహరణలు, పర్యాయపదాలు మరియు వ్యతిరేక పదాలతో অসমীয়া నిఘంటువు నుండి তলা అనే పదం యొక్క అర్థం.

তলা   বিশেষ্য

అర్థం : নিৰাপদৰ কাৰণে বাকচ, আলমাৰি, ঘৰ-দুৱাৰ আদিৰ খাৰুৱাত লগোৱা এবিধ ধাতুৰ সৰঞ্জাম

ఉదాహరణ : চাবিপাত হেৰুৱা কাৰণে মই বাকচটোৰ তলা ভাগিব লগীয়া হʼল

పర్యాయపదాలు : তলা-চাবি

అర్థం : বহু তৰপীয়া ঘৰৰ ওপৰ-তল হিচাপত সজা কোঠাৰ স্তৰ

ఉదాహరణ : মোৰ ঘৰ সাত নম্বৰ মহলাত আছে

పర్యాయపదాలు : ফ্লʼৰ, মহলা

అర్థం : কিছুমান আভূষণৰ মূৰত জোৰা লগোৱাৰ কাৰণে বা বন্ধ কৰিবৰ কাৰণে ব্যৱহাৰ কৰা পেচযুক্ত বস্তু বিশেষ

ఉదాహరణ : কাণফুলিৰ পেচটো কʼৰবাত সৰি পৰিল

పర్యాయపదాలు : পেচ

তলা   বিশেষণ

అర్థం : মহলা বা খলপাযুক্ত

ఉదాహరణ : মহানগৰত বহুমহলীয়া ঘৰ বহুত দেখিবলৈ পোৱা যায়

పర్యాయపదాలు : মহলীয়া