సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : জলাশয়ৰ তলৰ ভূমি
ఉదాహరణ : এই নদীখনৰ তলি ভাগ ফটফটীয়াকৈ দেখিবলৈ পোৱা গৈছে
పర్యాయపదాలు : তলি
అర్థం : কোনো সামগ্রীৰ ভিতৰৰ ফালে থকা তলৰ অংশ
ఉదాహరణ : লোটাটোৰ তলিত গেদ জমা হৈছে
అర్థం : কোনো বস্তুৰ ওপৰৰ বা বাহিৰৰ বিস্তাৰিত অংশ
ఉదాహరణ : গৰমৰ দিনত পানীৰ স্তৰ তললৈ নামি যায়
పర్యాయపదాలు : স্তৰ
అర్థం : কোনো বস্তুৰ আধাৰত ৰৈ থকা তলৰ অংশ
ఉదాహరణ : এই কেৰাহীখনৰ তলীখন ডাঠ
పర్యాయపదాలు : তলী
ఆప్ స్థాపించండి