సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : কমৰৰ ঠিক তলৰ তথা উৰুৰ ওপৰত থকা দেহাংশ
ఉదాహరణ : দুর্ঘ্্টনাত তেওঁৰ তপিনা ক্ষতিগ্রস্ত হʼল
పర్యాయపదాలు : নিতম্ব, শ্রোণী
అర్థం : তলপেটৰ তলৰ কঁ্কাল আৰু উৰুৰ সন্ধি স্থল
ఉదాహరణ : মোৰ তপিনাত বিষ হৈছে
పర్యాయపదాలు : টিকা
అర్థం : কঁ্কালৰ তলৰ পিছফালে থকা ওখ অংশ
ఉదాహరణ : তেওঁৰ নিতম্বত এটা ফোঁহা হৈছে
పర్యాయపదాలు : কটি, টিকা, নিতম্ব, পশ্চাৎ দেশ, শ্রোণী
ఆప్ స్థాపించండి