సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : তপস্যা কৰা ব্যক্তি
ఉదాహరణ : বিশ্বামিত্র এজন তপস্বী আছিল
పర్యాయపదాలు : তপোধন, তপোনিধি, তাপস
అర్థం : আধ্যাত্মিক আৰু ভৌতিক তত্ত্বৰ জ্ঞাতা, পৰম বুদ্ধিমান, দূৰদর্শী, চৰিত্রবান আৰু ত্যাগী ব্যক্তি
ఉదాహరణ : ভাৰতত বহুত ডাঙৰ ডাঙৰ ঋষি হৈছে
పర్యాయపదాలు : ঋষি, তপোধন, মুণি
అర్థం : তপস্যা কৰোঁতা
ఉదాహరణ : তপস্বী মহাত্মা সমাধিস্থ হৈ আছে
ఆప్ స్థాపించండి