సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : কোনো কামত সিদ্ধি লভিবৰ কাৰণে কৰা কঠোৰ পৰিশ্রম
ఉదాహరణ : অর্জুনৰ ্সাধনাই তেওঁক এজন ্ডাঙৰ ধনুর্বিদ কৰি তুলিলে
పర్యాయపదాలు : অধ্যৱসায়, তপস্যা, সাধনা
అర్థం : চিত্তৰ ভোগবিলাস দূৰ কৰিবৰ বাবে কৰা কষ্টকৰ ধার্মিক কার্য
ఉదాహరణ : দষ্যু ৰত্নাকৰ কঠোৰ তপস্যাৰে বাল্মীকি হৈছিল
పర్యాయపదాలు : তপস্যা
ఆప్ స్థాపించండి