సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : বৰ সোনকালে কাম কৰা অৱস্থা, যাক উচিত বুলি ভবা নহয়
ఉదాహరణ : খৰধৰকৈ কৰা কাম ভাল নহয়
పర్యాయపదాలు : উৎপাত, খৰধৰ, লৰালৰি, হুৰমূৰ
అర్థం : লৰালৰি বা অস্থিৰতাৰ কাৰণে হোৱা দোধোৰ-মোধোৰ অৱস্থা
ఉదాహరణ : অকস্মাৎ জুই লগাৰ কাৰণে খদমদম লাগি গʼল
పర్యాయపదాలు : উথপথপ, খদমদম, গোলমাল
ఆప్ స్థాపించండి