అర్థం : লিবিয়াত প্রচলিত মুদ্রা
ఉదాహరణ :
তেওঁ অলপ লিবিয়ান ডিনাৰ লৈ বেংকলৈ গৈছে
పర్యాయపదాలు : লিবিয়ান ডিনাৰ
అర్థం : টিউনিছিয়াত প্রচলিত মুদ্রা
ఉదాహరణ :
তুমি এই টিউনিছিয়ান ডিনাৰবোৰৰ কি কৰিবা ?
పర్యాయపదాలు : টিউনিছিয়ান ডিনাৰ
అర్థం : আলজেৰিয়াত প্রচলিত মুদ্রা
ఉదాహరణ :
তেওঁ বেংকত কিছু আলজেৰিয়ান ডিনাৰ জমা কৰিলে
పర్యాయపదాలు : আলজেৰিয়ান ডিনাৰ
అర్థం : ইৰাকত প্রচলিত মুদ্রা
ఉదాహరణ :
আপুনি ইৰাকী ডিনাৰৰ পৰিৱর্তে ্টকা বিমান বন্দৰতে পাই যাব
పర్యాయపదాలు : ইৰাকী ডিনাৰ
అర్థం : ইৰাণত প্রচলিত মুদ্রা
ఉదాహరణ :
এজন ইৰাণীয়ে মোৰ পৰা ইৰাণী ডিনাৰৰ সলনি টকা বিচাৰিছিল
పర్యాయపదాలు : ইৰাণী ডিনাৰ
అర్థం : কুৱেইটত প্রচলিত মুদ্রা
ఉదాహరణ :
আচলামে ভনীয়েকক এহেজাৰ কুৱেইটী ডিনাৰ উপহাৰ দিলে
పర్యాయపదాలు : কুৱেইটী ডিনাৰ
అర్థం : বাহৰেইনত চলা মুদ্রা
ఉదాహరణ :
তেওঁ ্মাকৰ কাৰণে প্রতিমাহে এশ বাহৰেইনী ডিনাৰ পঠিয়ায়
పర్యాయపదాలు : বাহৰেইনী ডিনাৰ
అర్థం : জর্দানত প্রচলিত মুদ্রা
ఉదాహరణ :
তেওঁ ্মোক এটা জর্দানৰ ডিনাৰ দেখুৱালে
పర్యాయపదాలు : জর্দানিয়ান ডিনাৰ