అర్థం : বস্তু-বাহানি আদি লুটপাত কৰিবৰ কাৰণে দল বান্ধি কৰা আক্রমণ
ఉదాహరణ :
যোৱা সপ্তাহত ইয়াত এখন দোকানত ডকাইতি হৈছিল
అర్థం : পথচাৰীৰ পৰা বস্তু-বাহানি লুটপাত কৰা কার্য
ఉదాహరణ :
এই ৰাস্তাটোত বেছিভাগ ডকাইতি হয়
పర్యాయపదాలు : চুৰি
అర్థం : কাৰোবাৰ পৰা বলপূর্বকভ্াৱে বা ডকা-হকা দি কোনো বস্তু লোৱা কার্য
ఉదాహరణ :
এই পথত ডকাইতে পথিকক ডকাইতি কৰে
పర్యాయపదాలు : অপহৰণ কৰা, লুট কৰা, লুট-পাত কৰা