సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : যি কোনো কাম কৰিবৰ বাবে সমর্থ
ఉదాహరణ : এই কামটোৰ কাৰণে এজন যোগ্য ব্যক্তিৰ আৱশ্যক চাকৰিটোৰ বাবে উপযুক্ত প্রার্থী নির্বাচিত নহʼল
పర్యాయపదాలు : উচিত, উপযুক্ত, যথাযথ, যথার্থ, যথোচিত, যুগুত, যোগ্য, সংগত, সমর্থ, সমীচীন, সমুচিত, ্ যথাযোগ্য
అర్థం : কোনো কথা বা কাম শুদ্ধভাৱে কৰা:মন্ত্রীজনে উচিত কথা কোৱাত সাংবাদিকসকল নিশ্চুপ হৈ ৰʼল
ఉదాహరణ :
పర్యాయపదాలు : উচিত, উপযুক্ত, যথাযোগ্য, যথার্থ, যথোচিত, যুগুত, যোগ্য, সংগত, সমীচীন, সমুচিত, হক, ্ যথাযথ
అర్థం : যেনেকুৱা বস্তু তেনেকুৱাই থকা বা যʼত কোনো ধৰণৰ বিনির্মাণ বা লুক-ঢাক নাই
ఉదాహరణ : সাক্ষীয়ে ভয় খাই সঁ্চা কথা নকʼলে
పర్యాయపదాలు : যথার্থ, সঁ্চা, সত্য
అర్థం : যেনে হোৱা উচিত তেনেধৰণৰ
ఉదాహరణ : এই কথাটো মোৰ উচিত যেন লগা নাই
పర్యాయపదాలు : উচিত, উপযুক্ত, যোগ্য, সঠিক
అర్థం : যʼত কোনো ধৰণৰ ব্যৱস্থা বা নিয়ম আছে
ఉదాహరణ : তেওঁ ্কোঠাটোৰ ঠিক কৰি থোৱা বস্তুবোৰ খেলিমেলি কৰি দিলে
పర్యాయపదాలు : বিন্যস্ত, ব্যৱস্থিত
అర్థం : যিটো নি্র্ধাৰিত বা নিশ্চিত
ఉదాహరణ : মই নিশ্চিত ঠাইত উপস্থিত হʼম
పర్యాయపదాలు : নির্দিষ্ট, নিশ্চিত, নি্র্ধাৰিত, নিয়ত, সঠিক
ఆప్ స్థాపించండి