అర్థం : খুব ভালকৈ ভৰি থকা
ఉదాహరణ :
এই মোনাটো সূতাৰে ঠাহ খাই আছে
అర్థం : ভৰি থকা ঠাইত জোৰ-জবৰদস্তি সোমাই যোৱা
ఉదాహరణ :
ৰামমোহন আৰু সোহনৰ মাজত ঠাহ খাই আছে
అర్థం : যʼত কিবা আছে (বিশেষকৈ ওজন বুজোৱাত)
ఉదాహరణ :
ফলেৰে ভৰি থকা ডালটো দোঁ খাই আছে
పర్యాయపదాలు : ভর্তি হোৱা, ভৰি থকা