అర్థం : পৰোক্ষ ৰূপত কাৰোবাক শুনাবৰ কাৰণে জোৰেৰে কোনো ব্যঙ্গাত্মক কথা কোৱা
ఉదాహరణ :
তেওঁ ্ঠাট্টা কৰা অভ্যাসৰ পৰা আঁতৰি নাহে
పర్యాయపదాలు : বিদ্রূপ কৰা, ব্যঙ্গ কৰা
అర్థం : কাৰোবাৰ বেয়া গুণ বা দোষ সম্পর্কে ্ কোৱা
ఉదాహరణ :
তেওঁ ্সদায় আনৰ নিন্দা কৰে
పర్యాయపదాలు : আঙুলি উঠোৱা, থু থু কৰা, নিন্দা কৰা, বেয়া কৰা
అర్థం : হাঁহি ্হাঁহি কাৰোবাক নিন্দা কৰা বা তেওঁৰ ্বেয়া কৰা
ఉదాహరణ :
ৰামুৱে সদায় আনৰ উপহাস কৰি ভাল পায়
పర్యాయపదాలు : উপহাস কৰা
అర్థం : কাৰোবাক আমনি, দুখী বা নীচ বুলি প্রতিপন্ন কৰাৰ কাৰণে কোৱা কোনো কথা যাক স্পষ্টভাৱে নকʼলেও উক্ত ধৰণৰ অভিপ্রায় প্রকাশ পায়
ఉదాహరణ :
মোহনৰ কৃপণালিক শ্যামে ব্যঙ্গ কৰিলে
పర్యాయపదాలు : ব্যঙ্গ কৰা
అర్థం : কাৰোবাক নিজৰ ব্যঙ্গাত্মক কথাৰে মর্মাহত কৰা
ఉదాహరణ :
পৰীক্ষাত ভাল ফলাফল লাভ নকৰা কাৰণে ৰিতুক সকলোৱে ইতিকিং কৰিছিল
పర్యాయపదాలు : ইতিকিং কৰা, ইয়ার্কি কৰা, কটাক্ষ কৰা, পেংলাই কৰা, বিদ্রুপ কৰা, ব্যঙ্গোক্তি কৰা, লাজ দিয়া