సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : কোনো ব্যাখ্যা আদিৰ সংক্ষিপ্ত আলেখ্য
ఉదాహరణ : তুমি মোক সেইদিনাৰ পাঠদানৰ নোটখিনি দিব পাৰিবানে ?
పర్యాయపదాలు : নোট
అర్థం : মনত ৰাখিবৰ বাবে লিখি বা ওলমায় ৰখা বস্তু
ఉదాహరణ : নোটটো ফ্রিজৰ ওপৰত লগায় দিবা
అర్థం : কোনো লেখনি, চিত্র আদি যেনেদৰে আছিল তেনে ধৰণেৰেই প্রস্তুত কৰা
ఉదాహరణ : শিক্ষার্থীয়ে কৃষ্ণফলকত লিখা প্রশ্নখিনি নিজৰ বহীত টুকিলে
పర్యాయపదాలు : কপি কৰা, নকল কৰা, লিখা
ఆప్ స్థాపించండి