పేజీ చిరునామాను కాపీ చేయండి ట్విట్టర్‌లో భాగస్వామ్యం చేయండి వాట్సాప్‌లో భాగస్వామ్యం చేయండి ఫేస్బుక్లో భాగస్వామ్యం చేయండి
గూగుల్ ప్లే లో పొందండి
ఉదాహరణలు, పర్యాయపదాలు మరియు వ్యతిరేక పదాలతో অসমীয়া నిఘంటువు నుండి টেপ అనే పదం యొక్క అర్థం.

টেপ   বিশেষ্য

అర్థం : যি যন্ত্রৰ দ্বাৰা গান, ভাষণ আদি টেপ কৰিব পৰা যায় বা শুনিব পৰা যায়

ఉదాహరణ : তেওঁ দিনৰ দিনটো টেপ শুনি থাকে

పర్యాయపదాలు : টেপ-ৰেকর্ডাৰ

అర్థం : দূৰত্ব জোখা এক মাপক

ఉదాహరణ : তেওঁ ফিটাৰে পথটো জুখি আছে

పర్యాయపదాలు : ফিটা

అర్థం : যিডাল ধাতুৰ নলীৰে চহৰ-নগৰৰ ঘৰে ঘৰে খোৱাপানী, গা-ধোৱা পানী আহে

ఉదాహరణ : এতিয়ালৈকে পানী-নলীত পানী অহাই নাই

పర్యాయపదాలు : নলী, পানী-নলী

అర్థం : চুম্বকীয় ফিটাযুক্ত এবিধ সামগ্রী যি ধ্বনি বা ভিডিঅʼ ্ৰেকর্ড ্কৰা বা শুনাৰ কামত আহে

ఉదాహరణ : মোৰ ওচৰত লতা আৰু ৰফীৰ সকলো গানৰ কেছেট আছে

పర్యాయపదాలు : কেছেট

అర్థం : চুম্বকীয় ফিটাৰ ওপৰত ৰেকর্ড ্কৰা কার্য

ఉదాహరణ : তেওঁ নিজৰ সন্তানৰ কলকলনি টেপ কৰি থʼলে