సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : কোনো বস্ত্র বা পোছাক তৈয়াৰ কৰিবৰ বাবে বনোৱা সিমান পৰিমাণৰ কাপোৰ
ఉదాహరణ : শীলাই বজাৰৰ পৰা এটা ব্লাউজৰ পীচ কিনিলে
పర్యాయపదాలు : খণ্ড, পীচ
అర్థం : কোনো অংগ বা অবয়বৰ এক, যাৰ সংযোগত বিভিন্ন বস্তু তৈয়াৰ কৰা হয়
ఉదాహరణ : এই যন্ত্রটোৰ সকলো খণ্ডই যন্ত্রালয়ত তৈয়াৰ কৰা
పర్యాయపదాలు : অংগ, অংশ, খণ্ড, বিভাগ, ভাগ
అర్థం : যিকোনো বস্তুৰ গোটা টুকুৰা
ఉదాహరణ : এই মন্দিৰটো ডাঙৰ ডাঙৰ শিলাখণ্ডেৰে নির্মিত এই মন্দিৰটো শিলৰ ডাঙৰ ডাঙৰ টুকুৰাৰে নির্মিত
పర్యాయపదాలు : খণ্ড
అర్థం : বৃত্ত বা পিণ্ডৰ নিচিনা ডাঙৰ গোলাকাৰ বস্তু
ఉదాహరణ : শিশুটোৱে বৰফৰ টুকুৰা খাই আছে
అర్థం : ফল আদিৰ কটা বা ফালি থোৱা খণ্ড
ఉదాహరణ : তেওঁ আপেলটোৰ চাৰি টুকুৰা কৰিলে
పర్యాయపదాలు : খণ্ড, ভাগ
ఆప్ స్థాపించండి