పేజీ చిరునామాను కాపీ చేయండి ట్విట్టర్‌లో భాగస్వామ్యం చేయండి వాట్సాప్‌లో భాగస్వామ్యం చేయండి ఫేస్బుక్లో భాగస్వామ్యం చేయండి
గూగుల్ ప్లే లో పొందండి
ఉదాహరణలు, పర్యాయపదాలు మరియు వ్యతిరేక పదాలతో অসমীয়া నిఘంటువు నుండి টিপ্পনী అనే పదం యొక్క అర్థం.

টিপ্পনী   বিশেষ্য

అర్థం : বাতৰি কাকত আদিত প্রকাশিত ঘটনা আদিৰ সংক্ষিপ্ত বিৱৰণ বা সেই সম্বন্ধে সম্পাদকৰ বিচাৰ

ఉదాహరణ : আজিৰ বাতৰি কাকতত প্রকাশ পোৱা সংসদত হোৱা হুলস্থূলৰ ওপৰত সম্পাদকে কৰা টিপ্পনীটো বৰ শক্তিশালী

అర్థం : গূঢ় কথা বা বাক্য বিস্তৃত আৰু স্পষ্টভাৱে বর্ণ্্না কৰা কোনো লেখা

ఉదాహరణ : এই গ্রন্থখনৰ গূঢ় বাক্যবোৰ বুজিবৰ কাৰণে ঠায়ে-ঠায়ে টীকা দিয়া আছে

పర్యాయపదాలు : টীকা

అర్థం : কোনো ব্যক্তি, বিষয় অথবা কার্য সম্বন্ধত কৰা বিচাৰ

ఉదాహరణ : মই এই বিষয়ত কোনো টিপ্পনী দিব নিবিচাৰোঁ

అర్థం : কোনো বিষয়ক অলপ বিস্তৃতভাৱে বর্ণন্া কৰা গ্রন্থ

ఉదాహరణ : মায়ে ৰামায়ণৰ এটা টীকা পঢ়ি আছে

పర్యాయపదాలు : টীকা, টীকা-টিপ্পনী