సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : তলপেটৰ তলৰ কঁ্কাল আৰু উৰুৰ সন্ধি স্থল
ఉదాహరణ : মোৰ তপিনাত বিষ হৈছে
పర్యాయపదాలు : তপিনা
అర్థం : তাচৰ এখিলা পাত
ఉదాహరణ : তাচ খেলত প্রত্যেক ৰঙৰ এটাকৈ টিক্কা থাকে
పర్యాయపదాలు : ইক্কা, টিক্কা, টেকা, টেক্কা
అర్థం : কঁ্কালৰ তলৰ পিছফালে থকা ওখ অংশ
ఉదాహరణ : তেওঁৰ নিতম্বত এটা ফোঁহা হৈছে
పర్యాయపదాలు : কটি, তপিনা, নিতম্ব, পশ্চাৎ দেশ, শ্রোণী
అర్థం : সোনকালে বেয়া বা নষ্ট নোহোৱা বা কামত দিয়া
ఉదాహరణ : ভাল কোম্পানীৰ উৎপাদিত সামগ্রী বেছিদিন চলে
పర్యాయపదాలు : চলা
ఆప్ స్థాపించండి