పేజీ చిరునామాను కాపీ చేయండి ట్విట్టర్‌లో భాగస్వామ్యం చేయండి వాట్సాప్‌లో భాగస్వామ్యం చేయండి ఫేస్బుక్లో భాగస్వామ్యం చేయండి
గూగుల్ ప్లే లో పొందండి
ఉదాహరణలు, పర్యాయపదాలు మరియు వ్యతిరేక పదాలతో অসমীয়া నిఘంటువు నుండి টান అనే పదం యొక్క అర్థం.

টান   বিশেষ্য

అర్థం : কোনো বস্তু বা কথা অনুসৰি কৰা কার্যৰ ্পৰা হোৱা পৰিণাম বা ফল

ఉదాహరణ : আজিকালিৰ যুৱকসকলৰ ওপৰত পাশ্চাত্য সভ্যতাৰ অত্যধিক প্রভাৱ পৰিলক্ষিত হৈছে

పర్యాయపదాలు : অনুৰাগ, আসক্তি, জেদ, ধাউতি, প্রবৃত্তি, প্রভাৱ, প্রৱণতা, মাইৰ, স্পৃহা

అర్థం : আসক্ত হোৱা ক্রিয়া বা ভাব

ఉదాహరణ : তেওঁৰ আসক্তি প্রেমলৈ পৰিণত হʼল

పర్యాయపదాలు : অনুৰাগ, আসক্তি, ইচ্ছানুভূতি, ধাউতি, প্রবণতা, স্পৃহা, হাবিলাস, হাবিয়াহ

টান   বিশেষণ

అర్థం : যিটো মোলায়েম নহয়

ఉదాహరణ : মথোতে ভাল নোহোৱাৰ বাবে খুর্মাখিনি টান হৈ পৰিল

పర్యాయపదాలు : কঠিন, ্কর্কৰীয়া

అర్థం : যিটো কুটিলতাৰে ভৰা বা দুঃসাধ্য

ఉదాహరణ : যুধিষ্ঠিৰে যক্ষৰ কঠিন প্রশ্নৰ উত্তৰ দি নিজৰ ভায়েকৰ প্রাণ ৰক্ষা কৰিছিল

పర్యాయపదాలు : অসহজ, কঠিন, কঠোৰ, কষ্টসাধ্য, কুটিল, জটিল, দুষ্কৰ, দুৰূহ, সুকঠিন

అర్థం : যিজনৰ স্বভাৱত কোমলতা নাই:আমাৰ দেউতা বহুততেই উগ্র স্বভাৱৰ

ఉదాహరణ :

పర్యాయపదాలు : উগ্র, কঠোৰ, কর্কশ, হুঁ়টা

అర్థం : যিটো শুনাত খহটা

ఉదాహరణ : কাউৰীৰ মাত কঠুৱা সীতাই নিজৰ সন্তানক কেতিয়াও টান কথা নকয়

పర్యాయపదాలు : কঠিন, কঠুৱা, কর্কশ, হুঁট্া, ্কালনজীয়া

అర్థం : যিটো সোনকালে বুজি পোৱা নাযায়

ఉదాహరణ : এই কঠিন প্রশ্নটোৰ উত্তৰ প্রশ্নকর্তাক সোধাই ভাল হʼব

పర్యాయపదాలు : অবোধগম্য, কঠিন, দুৰূহ