అర్థం : তলৰ ফাললৈ টনা বা বগৰাই পেলোৱা কার্য
ఉదాహరణ :
কিছুমান মানুহে টনা-আঁজোৰা কৰিয়েই সুখ পায়
అర్థం : কোনোৰ বস্তুৰ অপকাৰ সাধন হোৱাকৈ নিজৰ স্থানৰ পৰা আঁতৰোৱা বা কোনো ভঙা-গঢ়াৰ কার্য ্কৰা
ఉదాహరణ :
ইয়াত ৰখা বস্তুবোৰৰ লগত টনা-আঁজোৰা নকৰিবা
పర్యాయపదాలు : কঢ়া-আঁজোৰা