అర్థం : কোনো কথাত হোৱা দন্দ্ব বা তর্কা-তর্কি
ఉదాహరణ :
তেওঁ ্ কাজিয়াৰ কাৰণ জানিব বিচাৰিছে
పర్యాయపదాలు : কন্দল, কলহ, কলৌ, কাজিয়া, কাজিয়া-পেচাল, খৰিয়াল, জগৰা, দন, দন-খৰিয়াল, দন-হাই, দন্দ-খৰিয়াল, দন্দ্ব, বাদ-বিবাদ, বিবাদ, যুঁজ, যুঁজ-্বাগৰ, হাই-কাজিয়া, হুৰা-মুৰা, হুৰামুৰি