అర్థం : বাৰিষাকালত দেখা দিয়া এবিধ পতঙ্গ যাৰ গাৰ পিছ অংশ খুউব জিলিকি থাকে
ఉదాహరణ :
লʼৰা-ছোৱালীবোৰে জোনাকী পৰুৱা ধৰিবৰ কাৰণে তাৰ পিছে পিছে দৌৰিছে
పర్యాయపదాలు : খদ্যোত, জোনাকী, জোনাকী পৰুৱা, জ্যোতিৰিংগ, জ্যোতিৰিঙ্গ, জ্যোতিৰিঙ্গন