పేజీ చిరునామాను కాపీ చేయండి ట్విట్టర్‌లో భాగస్వామ్యం చేయండి వాట్సాప్‌లో భాగస్వామ్యం చేయండి ఫేస్బుక్లో భాగస్వామ్యం చేయండి
గూగుల్ ప్లే లో పొందండి
ఉదాహరణలు, పర్యాయపదాలు మరియు వ్యతిరేక పదాలతో অসমীয়া నిఘంటువు నుండి জ্ঞান అనే పదం యొక్క అర్థం.

জ্ঞান   বিশেষ্য

అర్థం : মন বা বিবেকত থকা কোনো বস্তু আৰু বিষয়ৰ সম্পূর্ণ খবৰ

ఉదాహరణ : কন্যাকুমাৰীত আত্মচিন্তা কৰি থকা সময়ত স্বামী বিবেকান্দৰ আত্মবোধ উপজিছিল

పర్యాయపదాలు : বোধ, বোধি, সংজ্ঞা, সজ্ঞান

అర్థం : কোনো কথাৰ চিন্তা-ভাবনা আৰু নিশ্চিত কৰিব পৰা মনোবৃত্তি বা মানসিক শক্তি

ఉదాహరణ : আনৰ বুদ্ধিৰে ৰজা হʼবলৈ আশা কৰাতকৈ নিজৰ বুদ্ধিৰে ভিখাৰী হোৱাই বেছি ভাল

పర్యాయపదాలు : ধী, ধীশক্তি, বিবেক, বুদ্ধি, মতি, মনীষা, মেধা

అర్థం : মন বা বিবেকে লাভ কৰা কোনো বস্তু বা বিষয়ৰ খবৰ

ఉదాహరణ : তেওঁৰ সংস্কৃতৰ ভাল জ্ঞান আছে

పర్యాయపదాలు : অনুভাব, প্রজ্ঞা, প্রতীতি, প্রমা, পৰিজ্ঞান, বোধ, বোধি, ব্যুৎপত্তি, মহাজ্ঞান, সম্বোধি

అర్థం : শিকোৱা বা শিকা কোনো হিতকাৰী কথা

ఉదాహరణ : সদায় সত্যৰেই যে জয় হয় এই শিক্ষা আমাৰ মহাকাব্যবোৰৰ পৰা পোৱা যায়

పర్యాయపదాలు : উপদেশ, বুজনি, শিকনি, শিক্ষা

అర్థం : বোধ ওপজা বৃত্তি বা শক্তি

ఉదాహరణ : চেতনাই জীয়াই থকাৰ লক্ষণ

పర్యాయపదాలు : গমগতি, চম্বিত, চেতনা, সংবেদন, সংবেদনা, সম্বিৎ, হুঁচ, হুঁছ, ্সংজ্ঞা