సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : কোনো সৰু বস্তু, ধন বা অন্যান্য সামগ্রী আদি কঢ়িয়াই লৈ ফুৰিব পৰা পাত্র বিশেষ
ఉదాహరణ : মোৰ ধনৰ মোনাটো চুৰি হʼল
పర్యాయపదాలు : বেগ, মোনা
అర్థం : বস্তু আদি ভৰাবলৈ বা সাঁচি ৰাখিবৰ কাৰণে কাপোৰ আদিৰ পৰা তৈয়াৰ কৰা এক প্রকাৰৰ পাত্র বিশেষ
ఉదాహరణ : মোনাটো ফাটি যোৱাৰ কাৰণে কিছুমান বস্তু ৰাষ্টাতে পৰি আহিল
పర్యాయపదాలు : মোনা
అర్థం : যʼত কোনো বস্তু ৰখা যায়
ఉదాహరణ : কেংগাৰুৰ গাত প্রাকৃতিকভাৱেই জোলোঙা থাকে
పర్యాయపదాలు : জুলি, পকেট, সৰু মোনা
ఆప్ స్థాపించండి