అర్థం : প্রথমে এবাৰ-দুবাৰ কামত ব্যৱহৃত পদার্থ
ఉదాహరణ :
পূজা আদিত উচ্ছিষ্টৰ ব্যৱহাৰ নকৰে
పర్యాయపదాలు : উচ্ছিষ্ট
అర్థం : কাৰোবাক দিয়া ভোজনৰ পৰা বাকী ৰোৱা বস্তু
ఉదాహరణ :
জুঠা আনক দিব নালাগে
పర్యాయపదాలు : উচ্ছিষ্ট ভোজন
అర్థం : যাৰ আগতে কোনোৱে ব্যৱহাৰ কৰিছে
ఉదాహరణ :
জুঠা ভোজন ভগৱানক অর্পন ্কৰা নহয় মায়ে জুঠা বাচনবোৰক ধুই আছে