సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : যʼত প্রাণ আছে বা যি প্রাণী মৰা নাই
ఉదాహరణ : জীৱিত লোকৰ বিষয়ে জীৱনীপুথি লিখা এক ধৰণৰ সাহসৰ কাম
పర్యాయపదాలు : চেতন, প্রাণৱান
అర్థం : যʼত চেতনা আছে
ఉదాహరణ : মানুহে মৃত বুলি ভবা ব্যক্তিজনক ডাক্তৰে চাই চেতন আছে বুলি কʼলে
పర్యాయపదాలు : চেতন, চেতনযুক্ত, চেতনাযুক্ত, জীয়া, জীৱন্ত, সংজ্ঞাযুক্ত, সজ্ঞান
అర్థం : জীয়াই থকাজন বা যাৰ প্রাণ আছে
ఉదాహరణ : জীৱিত প্রাণীৰ বংশবৃদ্ধি হয়
పర్యాయపదాలు : চেতন, চেতনা থকা, জিন্দা, জীয়ন্তা, জীয়া, জীৱধাৰী, জীৱন্ত, প্রাণ থকা, প্রাণৱন্ত, সচেতন, সজীৱ
ఆప్ స్థాపించండి