అర్థం : অনুবীক্ষণ যন্ত্রৰ দ্বাৰা চাব পৰা খালী চকুৰে নেদেখা সূক্ষ্ম প্রাণী
ఉదాహరణ :
জীৱাণুৱে নানাধৰণৰ ৰোগ বিয়পায়
పర్యాయపదాలు : বীজাণু
అర్థం : এক কোষীয় বা অকোষীয় জীৱ যাৰ বিখণ্ডন প্রক্রিয়াৰে বংশবৃদ্ধি হয়
ఉదాహరణ :
জীৱাণু অনুবীক্ষণ যন্ত্রৰ দ্বাৰা চাব পাৰি
పర్యాయపదాలు : বেক্টেৰিয়া
అర్థం : বতাহ, খোৱা-বস্তু, পানী আদিত মিহলি হৈ থকা এবিধ সূক্ষ্ম জীৱ যি অনেক ৰোগৰো মূল কাৰক
ఉదాహరణ :
বীজাণু মানুহৰ কাৰণে ঘাতক স্বৰূপ
పర్యాయపదాలు : বীজাণু