అర్థం : যিখন গ্রন্থত কাৰোবাৰ জীৱনজোৰা বৃত্তান্ত লিখা থাকে
ఉదాహరణ :
শ্যামে পুথিভঁৰালত বহি মহান পুৰুষৰ জীৱনী পঢ়ি আছে
పర్యాయపదాలు : জীৱন কথা, জীৱন বৃত্ত, জীৱনী
అర్థం : কাৰোবাৰ জীৱনৰ সৈতে সম্পর্ক ্থকা কথা আদিৰ বিৱৰণ
ఉదాహరణ :
তেওঁ নিজৰ জীৱনী লিখি আছে
పర్యాయపదాలు : জীৱন কথা, জীৱন বৃত্ত, জীৱন-চৰিত্র, জীৱনবৃত্তান্ত, জীৱনী