సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : জীৱিত বুজাবলৈ থকা প্রাণীৰ চেতন শক্তি
ఉదాహరణ : শৰীৰৰ পৰা প্রাণ ওলাই যোৱা মানেই মৃত্যু
పర్యాయపదాలు : আত্মা, চেতনা, জান, জিন্দেগি, জীউ, জীৱন, প্রাণ, পৰাণ
అర్థం : যʼ প্রাণ আছে বা সজীৱ প্রাণী
ఉదాహరణ : পৃথিৱীত বিভিন্ন প্রকাৰৰ জীৱ পোৱা যায়
పర్యాయపదాలు : জীৱধাৰী, প্রাণধাৰী, প্রাণী, সজীৱ
అర్థం : জীয়াই থকা অৱস্থা
ఉదాహరణ : যেতিয়ালৈকে জীৱন আছে তেতিয়ালৈকে আশা আছে
పర్యాయపదాలు : চেতনা, জান, জিন্দেগি, জীউ, জীৱন, ধাতু, প্রাণ, পৰাণ
అర్థం : স্ব-ইচ্ছাৰে গতি কৰিব পৰা জীৱধাৰী প্রাণী
పర్యాయపదాలు : জন্তু, জানোৱাৰ, প্রাণী
ఆప్ స్థాపించండి