అర్థం : যুদ্ধত বিপক্ষৰ বিৰুদ্ধে সফল হোৱা
ఉదాహరణ :
মহাভাৰতৰ যুদ্ধত পাণ্ডৱসকল জিকিছিল
పర్యాయపదాలు : জয়ী হোৱা, বিজয়ী হোৱা
అర్థం : কাৰোবাৰ মৰম, আনুগত্য আদি লাভ কৰা
ఉదాహరణ :
স্বামী বিবেকানন্দই নিজৰ ভাষণেৰে সকলোৰে অন্তৰ জয় কৰিছিল
పర్యాయపదాలు : জয় কৰা
అర్థం : প্রতিযোগিতাত সফলতা লাভ কৰা
ఉదాహరణ :
মঞ্জুলে ৰাজ্যিক পর্যায়ৰ তর্ক প্রতিযোগিতাত জিকিলে
పర్యాయపదాలు : সফল হোৱা