సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : জলবায়ুৰ তাপমাত্রা কমিলে শৰীৰত হোৱা এনে এক অনুভূতি যাৰ বাবে কাপোৰ আদি মেৰিয়াই লʼবলৈ মন যায় অথবা ৰʼদ , জুই আদিৰ ওচৰত ৰৈ দিলে শৰীৰটো ভাল লাগে:আজি ৰাতিপুৱাৰ পৰাই মোৰ জাৰ লাগি আছে
ఉదాహరణ :
పర్యాయపదాలు : ঠাণ্ডা, শীত, শৈত্য
అర్థం : প্রাচীন কালত ৰুছত শাসন কৰা ৰজা বা শাসক
ఉదాహరణ : ১৯১৭ চললৈকে ৰুছত জাৰসকলৰ শাসন চলি আছিল
అర్థం : ঠাণ্ডা বতৰ
ఉదాహరణ : শীতত বৰষুণ হʼলে ঠাণ্ডা আৰু বেছি হয়
పర్యాయపదాలు : জাৰকালি, শীত, শীতকাল
ఆప్ స్థాపించండి