సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : জাগি থকা এক অৱস্থা
ఉదాహరణ : দুদিন ধৰি জাগাৰ কাৰণে তেওঁৰ চকু ৰঙা হৈ পৰিছে
పర్యాయపదాలు : জাগৰণ
అర్థం : কোনো বস্তু বা অৱয়বৰ ওপৰ অংশ বা তল ভাগ
ఉదాహరణ : তেওঁৰ শৰীৰৰ ভালেমান ঠাইত তিল আছে
పర్యాయపదాలు : অৱস্থান, জেগা, ঠাই
అర్థం : গাই, মʼহ, ঘোঁৰা আদিৰ সংগমৰ ইচ্ছা জাগ্ৰত হোৱা কাৰ্য
ఉదాహరణ : কালিৰ পৰা গাইজনী জাগিছে
పర్యాయపదాలు : উঠা
ఆప్ స్థాపించండి