అర్థం : কোনো লোকৰ জন্ম হোৱা ঠাই বা দেশ অথবা যি ঠাই বা দেশত কোনো লোকৰ জন্ম হৈছে
ఉదాహరణ :
জন্মভূমিৰ ৰক্ষা কৰাটো আমাৰ সকলোৰে পৱিত্র ্কর্তব্য
పర్యాయపదాలు : জনমভূমি, জন্ম স্থান, জন্মথলী, জন্মস্থান, মাতৃভূমি
అర్థం : যি স্থানত কাৰোবাৰ জন্ম হয়
ఉదాహరణ :
এই প্রপত্রত আপুনি অপোনাৰ জন্ম স্থানো লিখা ৰামৰ জন্মস্থান অযোধ্যা
పర్యాయపదాలు : জন্মস্থান