అర్థం : প্রধানতঃ জনসাধাৰণৰ মঙ্গলৰ কাৰণে কৰা ৰাজ্যৰ সেৱা বা চাকৰি
ఉదాహరణ :
পুলিচ, ন্যায়াধীশ আদিক লোকসেৱাৰ কাৰণে নিযুক্ত কৰা হয়
పర్యాయపదాలు : লোকসেৱা
అర్థం : জনসাধাৰণৰ হিত অথবা উপকাৰৰ কাৰণে সেৱাভাৱেৰে কৰা কাম
ఉదాహరణ :
মাদাৰ টেৰেচাই নিজৰ সমগ্র জীৱন লোকসেৱাত অতিবাহিত কৰিলে
పర్యాయపదాలు : লোকসেৱা