సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : কোনো ৰজাৰ অধীনত বা তেওঁৰ ্ ৰাজ্যত থকা লোক
ఉదాహరణ : ৰজা হর্ষবর্দ্ধনৰ ্ ৰাজত্বকালত প্রজা সুখেৰে আছিল
పర్యాయపదాలు : জন, জন-সাধাৰণ, প্রজা, পৰজা, মানুহ-দুনুহ, লোক-সাধাৰণ, লোকজন, ৰাইজ, ৰায়ত
అర్థం : পৃথিৱীত থকা লোক
ఉదాహరణ : মহাত্মা গান্ধীক সকলো জনতাই সন্মান কৰে
పర్యాయపదాలు : জগত, জনতা, বিশ্ব, লোক, সংসাৰ, ৰাইজ
అర్థం : কোনো দেশ বা ঠাইত একেলগে থকা ইয়াৰ নিবাসী:ইংৰাজসকলে ভাৰতীয় জনসাধাৰণক বহুত অত্যাচাৰ কৰিছিল
ఉదాహరణ :
పర్యాయపదాలు : জনগন, জনতা, প্রজা
ఆప్ స్థాపించండి