పేజీ చిరునామాను కాపీ చేయండి ట్విట్టర్‌లో భాగస్వామ్యం చేయండి వాట్సాప్‌లో భాగస్వామ్యం చేయండి ఫేస్బుక్లో భాగస్వామ్యం చేయండి
గూగుల్ ప్లే లో పొందండి
ఉదాహరణలు, పర్యాయపదాలు మరియు వ్యతిరేక పదాలతో অসমীয়া నిఘంటువు నుండి জনতা అనే పదం యొక్క అర్థం.

জনতা   বিশেষ্য

అర్థం : মানুহৰ সমষ্টি বা সমূহ

ఉదాహరణ : নেতাজীৰ ভাষণ শুনিবলৈ বিশাল ৰাইজ উপচি পৰিল

పర్యాయపదాలు : জনগণ, জনসমষ্টি, জনসমাজ, জনসমাবেশ, জনসমুদ্র, জনসমূহ, মানৱসমাজ, লোকসমষ্টি, ৰাইজ

అర్థం : কোনো সাধাৰণ ৰুচি, মহত্ত্ব ৰখা মানৱ সমূদায়

ఉదాహరణ : ছাত্রাবাসৰ সূচনা-ফলকত ছাত্রাবাসৰ জনতাৰ বাবে সূচনা লগোৱা আছে পাঠক ৰাইজৰ অনুৰোধ যে পুথি্ভঁ্ৰালত যেন হুলস্থুল নকৰে

పర్యాయపదాలు : জনমানস, ৰাইজ

అర్థం : এজনতকৈ অধিক ব্যক্তি

ఉదాహరణ : জনতাৰ মংগলৰ অর্থে ্কাম কৰা উচিত

పర్యాయపదాలు : জনগণ, জনমানস, লোক

అర్థం : পৃথিৱীত থকা লোক

ఉదాహరణ : মহাত্মা গান্ধীক সকলো জনতাই সন্মান কৰে

పర్యాయపదాలు : জগত, জনসাধাৰণ, বিশ্ব, লোক, সংসাৰ, ৰাইজ

అర్థం : কোনো দেশ বা ঠাইত একেলগে থকা ইয়াৰ নিবাসী:ইংৰাজসকলে ভাৰতীয় জনসাধাৰণক বহুত অত্যাচাৰ কৰিছিল

ఉదాహరణ :

పర్యాయపదాలు : জনগন, জনসাধাৰণ, প্রজা