సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : যি চলা-ফুলা কৰিব পাৰে
ఉదాహరణ : জঙ্গম জীৱই নিজৰ ঠাই সলনি কৰি থাকে
పర్యాయపదాలు : গতিশীল, সচল
అర్థం : যাৰ গতি আছে বা যি চলিব পাৰে
ఉదాహరణ : যন্ত্র গতিশীল অৱস্থাত আছে
పర్యాయపదాలు : অস্থবিৰ, গতিপূর্ণ, গতিমান, গতিশীল, গমনশীল, গমনৰত, চলনশীল, চলমান, চলিষ্ণু, চালু, চৰিষ্ণু, সঞ্চৰণমান, সঞ্চৰণশীল
అర్థం : যাক এঠাইৰ পৰা অন্য ঠাইলৈ লৈ যাব পাৰি
ఉదాహరణ : গহনা, কাপোৰ আদি জংগম সম্পত্তি
పర్యాయపదాలు : চলমান, জংগম
ఆప్ స్థాపించండి