సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : হুচ অনা বা চেতন সম্পন্ন কৰা
ఉదాహరణ : হাওঁ্ফাওৰ গতি বন্ধ হৈ বেহুচ হʼবলৈ ধৰা মানুহজনৰ বুকুত হেঁ্চা দি জগোৱা
అర్థం : কাৰোবাৰ দ্বাৰা জগোৱাৰ কাম কৰা
ఉదాహరణ : মায়ে নবৌক ভাইটিৰ যোগেদি জগাইছে
అర్థం : শুই থকাজনক উঠিবলৈ উদ্বুদ্ধ কৰা
ఉదాహరణ : মায়ে সদায় ৰাতিপুৱা ৰাহুলক জগায়
పర్యాయపదాలు : উঠোৱা
అర్థం : তন্ত্র-মন্ত্রই নিজৰ প্রভাব দেখুওৱাকৈ সাধনা কৰা
ఉదాహరణ : অমাৱস্যাৰ ৰাতিত তান্ত্রিকে তন্ত্র-মন্ত্র জগাই তোলে
పర్యాయపదాలు : জগাই তোলা, সাধনা কৰা
ఆప్ స్థాపించండి