సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : সংসাৰ বা ভূমণ্ডলৰ বিশেষ হিচাপে গণ্য কৰা এক ভাগ
ఉదాహరణ : পোক-পতঙ্গৰ এখন বেলেগ জগত আছে
పర్యాయపదాలు : দুনীয়া, বিশ্ব, সংসাৰ
అర్థం : পৃথিৱীত থকা লোক
ఉదాహరణ : মহাত্মা গান্ধীক সকলো জনতাই সন্মান কৰে
పర్యాయపదాలు : জনতা, জনসাধাৰণ, বিশ্ব, লোক, সংসাৰ, ৰাইজ
అర్థం : যি ঠাইত আমি প্রাণীবোৰে বাস কৰো
ఉదాహరణ : সংসাৰত জন্মিলে এদিন মৰিবই লাগিব
పర్యాయపదాలు : ইহজগত, ইহলোক, জাহান, জীৱলোক, দুনীয়া, ধৰাতল, নৰলোক, পৃথিৱী, পৃথিৱীলোক, বসুধা, বিশ্ব, ভুৱন, ভৱসাগৰ, মনুষ্যলোক, মর্ত্যলোক, মৰজগত, লোক, সংসাৰ, সৃষ্টি
అర్థం : মানুহ আৰু অন্যান্য জীৱ-জন্তুৱে বাস কৰা সৌৰজগতৰ এটি গ্রহ
ఉదాహరణ : পৃথিৱী সূর্যৰ ্ চাৰিওফালে ঘূৰে
పర్యాయపదాలు : ইহজগত, জীৱলোক, ধৰণী, ধৰা, ধৰিত্রী, পৃথিৱী, বসুধা, বসুমতী, বিশ্ব, ভূ, ভূলোক, ভূৱন, মর্ত্য, মেদিনী
ఆప్ స్థాపించండి