అర్థం : গাখীৰ আৰু মাংসৰ কাৰণে পালন কৰা এবিধ তৃণভোজী ৰোমন্থক প্রাণী
ఉదాహరణ :
তেওঁ ্ ছাগলীবোৰ চৰাবলৈ লৈ গৈছে
అర్థం : এবিধ গাখীৰ দিয়া মাইকীৰ চাৰিঠেঙীয়া প্রাণী
ఉదాహరణ :
সৰু লʼৰা-ছোৱালীৰ কাৰণে ছাগলীৰ গাখীৰ বৰ উপকাৰী
పర్యాయపదాలు : মাইকী ছাগলী