సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : চিয়াঁহী, ৰং আদিৰ সহায়ত এটা বস্তুক আন এটা বস্তুৰ ওপৰত হেঁ্চা দি তাৰ আকৃতি গঢ়া
ఉదాహరణ : নির্বাচনী প্রচাৰকসকলে ঠায়ে ঠায়ে দেৱালত নির্বাচনী প্রতীক ছাপ মাৰিছে
పర్యాయపదాలు : ছাপ দিয়া, ছাপ মৰা
అర్థం : চিহ্নিত বা অংকিত হোৱা
ఉదాహరణ : লেফাফাটোৰ ওপৰত ডাকঘৰৰ মোহৰ ছপাইছে
అర్థం : ছপাযন্ত্র আদিত ছপা কৰা
ఉదాహరణ : তেওঁ নতুন কিতাপ ছপাইছে
పర్యాయపదాలు : মুদ্রিত হোৱা
అర్థం : ছপাৰ কাম আনৰ দ্বাৰা কৰোৱা
ఉదాహరణ : তেওঁ এশখন নিমন্ত্রণী পত্র ছপোৱালে
ఆప్ స్థాపించండి