పేజీ చిరునామాను కాపీ చేయండి ట్విట్టర్‌లో భాగస్వామ్యం చేయండి వాట్సాప్‌లో భాగస్వామ్యం చేయండి ఫేస్బుక్లో భాగస్వామ్యం చేయండి
గూగుల్ ప్లే లో పొందండి
ఉదాహరణలు, పర్యాయపదాలు మరియు వ్యతిరేక పదాలతో অসমীয়া నిఘంటువు నుండి চৰোৱা అనే పదం యొక్క అర్థం.

চৰোৱা   ক্ৰিয়া

అర్థం : কোনো বাজনা আদিৰ মুখত চামৰা আদি লগোৱা

ఉదాహరణ : তেওঁ ্ঢোলকটোত নতুন চামৰা চৰোৱাইছে

అర్థం : এটা বস্তুৰ ওপৰত আন এটা বস্তু লগোৱা

ఉదాహరణ : সোণাৰীয়ে ৰূপৰ পায়লৰ ওপৰত সোণৰ পানী চৰালে

పర్యాయపదాలు : চৰা

అర్థం : ঢোল, চেতাৰ আদিৰ ৰছি বা তাঁৰ টনা এক অৱস্থা

ఉదాహరణ : বীণাখনৰ তাঁৰবোৰ টনা হৈছে ঢোলৰ বৰতি চৰোৱা হৈছে

పర్యాయపదాలు : টনা

అర్థం : চেতাৰ, ঢোল আদিৰ ৰছি বা তাঁৰ কচি বন্ধা

ఉదాహరణ : ঢোলবাদকে ঢোল চৰাইছে

అర్థం : এটা বস্তুৰ ওপৰত অন্য কোনো এটা বস্তু মেৰিয়াই দিয়া বা জাপি দিয়া

ఉదాహరణ : সেউজীয়া ৰঙটোৰ ওপৰত ৰঙা ৰং লগাইছে

పర్యాయపదాలు : অভিলেপ কৰা, লগোৱা